Wednesday 31 October 2012

কিয়?



কেতিয়াবা নিজৰ সতে
কথা পাতো ...বহুত কথা
অলেখ মানুহৰ পৃথিৱীত
মই অকলশৰীয়া....অবাক
মানুহৰ হুমুনিয়াহবোৰে আকাশখনক 
আজিও ডাৱৰীয়া কৰি ৰাখিছে...
কিয় ইমান দুঃখ ...
কিয় ইমান নিৰৱতা...